নেচনেল মিনছ- কাম মেৰিট  স্কোলাৰ্ছিপ ২০১৯-২০ বৰ্ষৰ পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব ২ জুন ২০২০ ত

No. DSE/ET/NTSE-NMMS RESULT/49/2019/20
ইয়াৰ দ্বাৰা জনোৱা হয় যে বিগত ০৩/১১/২০১৯ তাৰিখে অষ্টম শ্ৰেণীৰ বাবে অনুষ্ঠিত হৈ যোৱা ২০১৯-২০ বৰ্ষৰ NATIONAL MEANS-CUM MERIT SCHOLARSHIP পৰীক্ষাৰ ফলাফল ঘোষণা কৰিবলৈ যো-জা চলিছে। সম্পূৰ্ণ লিখনিটো পঢ়ক।


(১) ফলাফল ঘোষণাৰ তাৰিখ: ২ জুন,২০২০ ইং চন। 

(২) ফলাফল চাবলৈ:  (a)ৱেবচাইট/লিংক - www.madhyamik.assam.gov.in 

(b)পৰীক্ষাকেন্দ্ৰ সমূহত  What'sapp আৰু Email ৰ জৰিয়তে এই ফলাফল সহজলভ্য কৰা হ'ব। বিদ্যালয়ৰ অধ্যক্ষ,বিদ্যালয়ৰ প্ৰধান তথা শিক্ষক- শিক্ষয়ত্ৰীসকলে পৰিক্ষাৰ্থীসকলক ফোনযোগে  ফলাফলৰ বিষয়ে অৱগত কৰাব পাৰিব।
(৩) পঞ্জীয়ন প্ৰক্ৰিয়া:
উত্তীৰ্ণ হোৱা হোৱা শিক্ষাৰ্থীসকলে যথাসময়ত ভাৰত চৰকাৰৰ অধীনৰ "NATIONAL SCHOLARSHIP PORTAL" তথা ৱেবচাইট www.scholarships.gov.in জৰিয়তে নিজৰ নাম যাৱতীয় নথি-পত্ৰৰ সৈতে পঞ্জীয়ন কৰিব লাগিব। ইয়াৰ বাবে NATIONALIZED BANK ত  ACCOUNT থকাটো বাধ্যতামূলক।
পঞ্জীয়নৰ পিছত ভাৰত চৰকাৰৰ( Government of India )ৰ পৰা প্ৰত্যক্ষভাৱে জলপানীৰ ধন বছৰি ১২,০০০/-( বাৰ হাজাত) টকাকৈ Account ত জমা হ'ব। ইয়াৰ উপৰিও প্ৰতি বছৰে যথা সময়ত এই পঞ্জীয়ণ নৱীকৰণ ( Renewal) কৰিব লাগিব।

(৪) কাৰ্য্যলয়ৰ ঠিকনা :
 পৰীক্ষাও পশিক্ষণ বিভাগ
  মাধ্যমিক শিক্ষা সঞ্চালকালয়,অসম
কাহিলীপাৰা,গুৱাহাটী-৭৮১০১৯
ফোন: ০৩৬১-২৩৮১৬৫৭, ৯৪৩৫৭-৭৬৭৬৭
 ৱেবচাইট- www.madhyamik.assam.gov.in

Post a Comment

0 Comments