অসম চৰকাৰৰ বন বিভাগত মুকলি বিভিন্ন খালী পদ : State Level Police Recruitment Board Of Assam য়ে অসম বন বিভাগত মুকলি কৰিছে প্ৰায় ১০৮১ টা খালীপদ। আমি জনাম আপোনাক-ক'ত কিমান পদ খালী হৈছে,কেনেকৈ আবেদন কৰিব।লিখনিটো বুজিবলৈ সম্পূৰ্ণকৈ পঢ়ক-👇
আৱেদন প্ৰক্ৰিয়া :
অনলাইন (ONLINE)
আবেদনৰ আৰম্ভণি তাৰিখ :
২৫ মে,২০২০
আবেদনৰ অন্তিম দিন :
২৬ জুন,২০২০
খালীপদৰ তালিকা আৰু অৰ্হতা :
(১) FOREST GUARD
পদৰ সংখ্যা : ৮১২ টা
শিক্ষাগত অৰ্হতা : হায়াৰ ছেকেণ্ডাৰী পাছ (12 pass) বয়স : ১৮ ৰ পৰা ৩৮ বছৰ
দৰমহাৰ নিৰিখ : ১৪,০০০ টকাৰ পৰা ৬০,৫০০ টকালৈ। Grade Pay - ৫,৬০০/টকা।
(২) ফৰেষ্টাৰ ( FORESTER )
পদৰ সংখ্যা : ১৪৪ টা
শিক্ষাগত অৰ্হতা : যিকোনো ডিগ্ৰী (Any Graduate)
বয়স : ২১ ৰ পৰা ৩৮ বছৰ।
দৰমহাৰ নিৰিখ : ১৪,০০০ টকাৰ পৰা ৬০,৫০০ টকালৈ। Grade Pay - ৬,৪০০/টকা।
(৩) ড্ৰাইভাৰ ( DRIVER)
পদৰ সংখ্যা : ৫০ টা
শিক্ষাগত অৰ্হতা : মেট্ৰিক পাছ লগতে ড্ৰাইভিং লাইচেঞ্চ (Driving license)
বয়স : ১৮ৰ পৰা ৩৮ বছৰ।
দৰমহাৰ নিৰিখ : ১৪,০০০ টকাৰ পৰা ৬০,৫০০ টকালৈ। Grade Pay - ৫,৬০০/টকা।
(৪) STENOGRAPHER
পদৰ সংখ্যা : ১১টা
শিক্ষাগত অৰ্হতা : যিকোনো ডিগ্ৰী( Any Graduate) আৰু লগতে ITI বা অসম চৰকাৰৰ যিকোনো Institute ৰ পৰা প্ৰাপ্ত Stenography Certificate
বয়স : ২১ ৰ পৰা ৩৮ বছৰ।
দৰমহাৰ নিৰিখ : ১৪,০০০ টকাৰ পৰা ৬০,৫০০ টকা। Grade Pay- ৮,৭০০/টকা।
(৫) SURVEYOR
পদৰ সংখ্যা : ৩৫ টা
শিক্ষাগত অৰ্হতা : মেট্ৰিক পাছ আৰু লগতে Draftsmanship Certificate
বয়স: ১৮ৰ পৰা ৩৮ বছৰ।
দৰমহাৰ নিৰিখ : ১৪,০০০ টকাৰ পৰা ৬০,৫০০ টকালৈ। Grade Pay- ৬,২০০ /টকা।
(৬) মাউট (MAHUT)
পদৰ সংখ্যা : ২৮ টা
শিক্ষাগত অৰ্হতা : ৮ পাছ আৰু লগতে অতি কমেও ৩ বছৰ হাতী চলোৱাৰ অভিগ্যতা।
বয়স : ১৮ ৰ পৰা ৩৮ বছৰ।
দৰমহাৰ নিৰিখ : ১৪,০০০ টকাৰ পৰা ৬০,৫০০ টকালৈ । Grade Pay- ৫০০০/ টকা।
(৭) CARPENTER
পদৰ সংখ্যা : ১ টা
শিক্ষাগত অৰ্হতা: মেট্ৰিক পাছ (10+)আৰু অন্যান্য
বয়স : ১৮ ৰ পৰা ৩৮ বছৰ।
দৰমহাৰ নিৰিখ : ১৪,০০০ টকাৰ পৰা ৬০,৫০০ টকালৈ। Grade Pay- ৫০০০/ টকা।
অন্যান্য অৰ্হতা :
(১)আবেদনকাৰী জন ভাৰতীয় নাগৰিক হ'ব লাগিব।
(২) SC,ST ৰ বাবে ৫ বছৰ আৰু OBC ৰ বাবে ৩ বছৰৰ বয়সৰ সময়সীমা ৰেহাই থাকিব।
কেনেকৈ আবেদন কৰিব !
উপৰোক্তঁ পদসমূহৰ বাবে অনলাইন (ONLINE)আবেদন কৰিব লাগিব। আবেদন প্ৰক্ৰিয়া ২৫মে,২০২০ ৰ পৰা ২৬ জুন,২০২০লৈ চলিব। *অনলাইন আবেদনৰ বাবে তলত দিয়া লিংকটোত যাওঁক- 👇
1 Comments
Moja post
ReplyDelete