অসম চৰকাৰৰ চাকৰি | বন বিভাগত মুকলি ১০৮১ বিভিন্ন খালী পদ | ASSAM FOREST DEPARTMENT JOBS 2020

অসম চৰকাৰৰ বন বিভাগত মুকলি বিভিন্ন খালী পদ : State Level Police Recruitment Board Of Assam য়ে অসম বন বিভাগত মুকলি কৰিছে প্ৰায় ১০৮১ টা খালীপদ। আমি জনাম আপোনাক-ক'ত কিমান পদ খালী হৈছে,কেনেকৈ আবেদন কৰিব।লিখনিটো বুজিবলৈ সম্পূৰ্ণকৈ পঢ়ক-👇

 
আৱেদন প্ৰক্ৰিয়া :
 অনলাইন (ONLINE) 

আবেদনৰ আৰম্ভণি তাৰিখ :
২৫ মে,২০২০

আবেদনৰ অন্তিম দিন :
২৬ জুন,২০২০ 

 খালীপদৰ তালিকা আৰু অৰ্হতা :

(১)  FOREST GUARD
   পদৰ সংখ্যা : ৮১২ টা
   শিক্ষাগত অৰ্হতা : হায়াৰ ছেকেণ্ডাৰী পাছ (12 pass)  বয়স : ১৮ ৰ পৰা ৩৮ বছৰ
 দৰমহাৰ নিৰিখ : ১৪,০০০ টকাৰ পৰা ৬০,৫০০ টকালৈ। Grade Pay - ৫,৬০০/টকা।
 

(২) ফৰেষ্টাৰ ( FORESTER )

 পদৰ সংখ্যা : ১৪৪ টা
  শিক্ষাগত অৰ্হতা : যিকোনো ডিগ্ৰী (Any Graduate)
বয়স : ২১ ৰ পৰা ৩৮ বছৰ।
 দৰমহাৰ নিৰিখ : ১৪,০০০ টকাৰ পৰা ৬০,৫০০ টকালৈ। Grade Pay - ৬,৪০০/টকা।

(৩) ড্ৰাইভাৰ ( DRIVER)

 পদৰ সংখ্যা : ৫০ টা
 শিক্ষাগত অৰ্হতা : মেট্ৰিক পাছ লগতে ড্ৰাইভিং লাইচেঞ্চ (Driving license)
বয়স : ১৮ৰ পৰা ৩৮ বছৰ।
 দৰমহাৰ নিৰিখ : ১৪,০০০ টকাৰ পৰা ৬০,৫০০ টকালৈ। Grade Pay - ৫,৬০০/টকা।

(৪) STENOGRAPHER 
  পদৰ সংখ্যা : ১১টা
 শিক্ষাগত অৰ্হতা : যিকোনো ডিগ্ৰী( Any Graduate) আৰু লগতে ITI বা অসম চৰকাৰৰ যিকোনো  Institute ৰ পৰা প্ৰাপ্ত  Stenography Certificate
 বয়স : ২১ ৰ পৰা ৩৮ বছৰ।
 দৰমহাৰ নিৰিখ : ১৪,০০০ টকাৰ পৰা ৬০,৫০০ টকা। Grade Pay- ৮,৭০০/টকা।

(৫)  SURVEYOR
   পদৰ সংখ্যা : ৩৫ টা
   শিক্ষাগত অৰ্হতা : মেট্ৰিক পাছ আৰু লগতে  Draftsmanship Certificate
 বয়স: ১৮ৰ পৰা ৩৮ বছৰ।
 দৰমহাৰ নিৰিখ : ১৪,০০০ টকাৰ পৰা ৬০,৫০০ টকালৈ। Grade Pay- ৬,২০০ /টকা।

(৬)  মাউট (MAHUT)
  পদৰ সংখ্যা : ২৮ টা
 শিক্ষাগত অৰ্হতা : ৮ পাছ আৰু লগতে অতি কমেও ৩ বছৰ হাতী চলোৱাৰ অভিগ্যতা।
 বয়স : ১৮ ৰ পৰা ৩৮ বছৰ।
দৰমহাৰ নিৰিখ : ১৪,০০০ টকাৰ পৰা ৬০,৫০০ টকালৈ । Grade Pay- ৫০০০/ টকা।


(৭) CARPENTER
 পদৰ সংখ্যা : ১  টা
  শিক্ষাগত অৰ্হতা: মেট্ৰিক পাছ (10+)আৰু অন্যান্য
  বয়স : ১৮ ৰ পৰা ৩৮ বছৰ।
 দৰমহাৰ নিৰিখ : ১৪,০০০ টকাৰ পৰা ৬০,৫০০ টকালৈ। Grade Pay- ৫০০০/ টকা।


 অন্যান্য অৰ্হতা :
(১)আবেদনকাৰী জন ভাৰতীয় নাগৰিক হ'ব লাগিব।
(২) SC,ST ৰ বাবে ৫ বছৰ আৰু  OBC ৰ বাবে ৩ বছৰৰ বয়সৰ সময়সীমা ৰেহাই থাকিব।

 কেনেকৈ আবেদন কৰিব !
উপৰোক্তঁ পদসমূহৰ বাবে অনলাইন (ONLINE)আবেদন কৰিব লাগিব। আবেদন প্ৰক্ৰিয়া ২৫মে,২০২০ ৰ পৰা ২৬ জুন,২০২০লৈ চলিব। *অনলাইন আবেদনৰ বাবে তলত দিয়া লিংকটোত যাওঁক- 👇


Post a Comment

1 Comments