অসম পুলিচৰ চাকৰি ২০২০ || মুকলি হৈছে PLATOON COMMANDER ত ৩৫ টা পদ||


নমস্কাৰ বন্ধুসকল,অসম পুলিচৰ Platoon Commander ত মুকলি হৈছে পদ।আপুনি যদি অসম চৰকাৰৰ Arms forces ত যোগদান কৰিম বুলি ভাবিছে,এয়া আপোনাৰ বাবে এটা ভাল সুযোগ। Directorate of civil defense and home guards,govt of Assam ৰ অধীনত মুকলি কৰিছে "Platoon Commander" ত ৩৫ টা পদ। আপুনি যদি আগ্ৰহী,তেন্তে আমাৰ পৰৱৰ্তী লিখনি শেষলৈ পঢ়ক।


(১) আবেদন কৰা পদ্ধতি : অনলাইন ( ONLINE) 

 আবেদন কৰা আৰম্ভ: ১২/০৫/২০২০ ৰ পৰা

আবেদন কৰাৰ শেষ তাৰিখ:
০৫/০৬/২০২০

(২)শিক্ষাগত অৰ্হতা আৰু অন্যান্য:

 (a)পদৰ নাম: Platoon Commander

(b)খালী পদৰ সংখ্যা : মুঠ-৩৫ টা
    পুৰুষৰ(Male) বাবে-২৫টা           মহিলাৰ(Female)বাবে-১০টা

(c)শিক্ষাগত অৰ্হতা : যিকোনো ডিগ্ৰীধাৰী ( Graduate) 

(c)অন্যান্য অৰ্হনা: NCC 'B' CERTIFICATE আৰু HOME GUARD TRAINING CERTIFICATE 

(d)বয়সৰ সময়সীমা : ১৮ ৰ পৰা ৩৮ বছৰ।
  *SC, ST(H),ST(P) ৰ বাবে ৫ বছৰ বয়সৰ সময়সীমা ৰেহাই থাকিব।
 *OBC/MOBC ৰ বাবে ৩ বছৰ বয়সৰ সময়সীমা ৰেহাই থাকিব।

(e)দৰমহাৰ নিৰিখ: ১৪,০০০ টকাৰ পৰা ৪৯,০০০ টকালৈ ।  Grade Pay থাকিব ৮,৭০০ টকা। 

(৩) আবেদন মাচুল: নালাগে।

আবেদন কৰিবলৈ Apply Online ত Click কৰক ।

Post a Comment

0 Comments