৬ জুনত ঘোষণা কৰা হ'ব মেট্ৰিকৰ ফলাফল ২০২০|| SEBA HSLC RESULT 2020||



নমস্কাৰ বন্ধুসকল,আহিছে এটি ভাল খৱৰ।সংবাদ মেলৰ জৰিয়তে ঘোষণা কৰিলে অসমৰ শিক্ষামন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই,যে অহা জুন মাহৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ'ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।৩১মে,২০২০ তাৰিখ,দেওবাৰে  এই ঘোষণা কৰিলে মন্ত্ৰীজনে National Health Mission (NHM)ৰ কাৰ্য্যলয়ত পতা সংবাদমেলৰ জৰিয়তে।



ফলাফল ঘোষণাৰ দিন : ৬জুন,২০২০ (6th june,2020)

আশা কৰো বন্ধুসকল আমাৰ জৰিয়তে এই খৱৰটো পাই আপোনাৰ ভাল লাগিল।আপোনাৰ নিকটতম ওচৰ চুবুৰীয়া বা আত্মীয় কোনোবাই যদি এই পৰীক্ষা দিছিলে তেওঁলৈ আমাৰ এই খৱৰটো চেয়াৰ কৰক।ধন্যবাদ।

Post a Comment

0 Comments