শিক্ষা বিভাগত চাকৰি, মুঠ ১৩৩ টা পদ মুকলি হৈছে, গ্ৰেড-৩ পদৰ কনিষ্ঠ সহকাৰী আৰু সংখ্যা তাত্বিক সহকাৰী



নমস্কাৰ বন্ধুসকল,আহিছে এটি ভাল খৱৰ।  Directorate of Secondary Education ত মুকলি কৰা হৈছে ১৩৩তা পদ।তৃতীয় গ্ৰেডৰ বাবে লোৱা হ'ব আবেদন। কোনে কোনে আবেদন কৰিব পাৰিব,কেনেকৈ আবেদন কৰিব (?),লিখনিটো সম্পূৰ্ণকৈ পঢ়ক-


(১)আবেদন প্ৰক্ৰিয়া: অনলাইন (ONLINE)
লিংক:  www.madhyamik.assam.gov.in

(২) আবেদনৰ তাৰিখ :
০৮/০৬/২০২০ ৰ পৰা আৰম্ভ আৰু ২৩/০৬/২০২০ ত সমাপ্তি।

(৩)পদসমূহ:
 (ক)  *JUNIOR ASSISTANT (Head office)
 *খালীপদৰ সংখ্যা - ২০টা
*শিক্ষাগত অৰ্হতা- ডিগ্ৰীধাৰী (Graduate)লগতে কম্পিউতাৰৰ তথ্য,টাইপিং আদি সঠিককৈ জানিব লাগিব আৰু ছমহীয়া কম্পউতাৰ চাৰ্টিফিকেট লাগিব।

*বয়সৰ সময়সীমা-১৮ ৰ পৰা ৩৮ বছৰ।

*দৰমহাৰ নিৰিখ- ১৪,০০০ টকাৰ পৰা ৬০,৫০০ টকালৈ।গ্ৰেড পে ৬,২০০ টকা।

(খ) *JUNIOR ASSISTANT (District level and Govt school level)

*খালীপদৰ সংখ্যা- ৯৯টা।

*শিক্ষাগত অৰ্হতা-ডিগ্ৰীধাৰী( Graduate)
লগতে কম্পিউতাৰৰ তথ্য,টাইপিং আদি সঠিককৈ জানিব লাগিব আৰু ছমহীয়া কম্পউতাৰ চাৰ্টিফিকেট লাগিব।

*বয়সৰ সময়সীমা-১৮ ৰ পৰা ৩৮ বছৰ।

*দৰমহাৰ নিৰিখ- ১৪,০০০ টকাৰ পৰা ৬০,৫০০ টকালৈ।গ্ৰেড পে ৫,৬০০ টকা।

(গ) *STATISTICAL ASSISTANT-

*খালীপদৰ সংখ্যা-১৪টা।

*শিক্ষাগত অৰ্হতা- Statistics or Economics or Mathematics যিকোনো এটা বিষয়ত ডিগ্ৰী লোৱা হ'ব লাগিব লগতে কম্পিউতাৰৰ বিষয়ে জনা হ'ব লাগিব আৰু চাৰ্টিফিকেট থাকিব লাগিব।

*বয়সৰ সময়সীমা- ১৮ৰ পৰা ৩৮ বছৰ।

*দৰমহাৰ নিৰিখ- ১৪,০০০ টকাৰ পৰা ৬০,৫০০টকা।গ্ৰেড পে ৭,৬০০টকা।

(৪) দৰকাৰী নিয়মাৱলী তথা চৰ্তাৱলী: 
*আবেদনকাৰীৰ কম্পিউতাৰ চাৰ্টিফিকেট থাকিব লাগিব।
 *বয়স ১৮ বছৰৰ তলত আৰু ৩৮ বছৰৰ বেছি হ'ব নালাগিব।
 * OMR পদ্ধতিৰ পৰীক্ষাৰ বাবে ১০০ নম্বৰৰ থাকিব আৰু কম্পিউতাৰ আৰু অন্যান্য পৰীক্ষাৰ বাবে ৫০ নম্বৰ থাকিব।
 
(৫)আবেদন কেনেকৈ কৰিব:
  আবেদন অনলাইন কৰিব লাগিব।ইয়াৰ বাবে  www.madhyamik.assam.gov.in লিংক দিয়া হৈছে।  Documents Verification ত অৰিজিনেল চাৰ্তিফিকেট লাগিব। অন্যান্য দৰকাৰী তথ্যসমূহ-
  *আবেদনৰ সময়ত ২ কপি ৰঙীন ফটো আপলোড দিব লাগিব।
 * মেট্ৰিকৰ এডমিত বা জন্ম প্ৰমান পত্ৰ লাগিব।
 *ডিগ্ৰীলৈ সকলো মাৰ্কচিত আৰু চাৰ্তিফিকেট লাগিব।
 *জাতিৰ প্ৰমাণ পত্ৰ লাগিব।
 *Person with disability certificate.
*স্হানীয় বাসিন্দাৰ প্ৰমাণ পত্ৰ  (PRC)লাগিব।


   অনুগ্ৰহ কৰি পোষ্টতি বন্ধুবৰ্গৰ সৈতে চেয়াৰ কৰক।ধন্যবাদ।

Post a Comment

0 Comments